Monday, April 19, 2010

বাংগালোৰত ৰঙালী বিহু

যোৱাকালি বাংগালোৰত ৰঙালী বিহু উদৃযাপন কৰা হৈছিল ৷ আমি অনুষ্ঠানটিলৈ গৈছিলো ৷ আমাৰ খুবেই ভাল লাগিল ৷ পুৰণি বন্ধু কেইবাজনকো লগ পালো ৷ নতুন কিছুমান চিনাকি হলো ৷ খোৱা-বোৱা বঢ়িয়া আছিল ৷ মুঠতে ভাল লাগিল ৷

1 comment:

puspita said...

aamiu dillit goisilu...nasu nasu lagi gol :)....lusi bhaaji khalu...among other things...